অসম

আজি কাৰ্বি পাহাৰত ভোটযুদ্ধ, ২৬টা পৰিষদীয় সমষ্টিত ভাগ্য নিৰ্ণয় হ’ব ১৫৪গৰাকী প্ৰাৰ্থীৰ

আজি কাৰ্বি পাহাৰত ভোটযুদ্ধ।

২৬টা পৰিষদীয় সমষ্টিত ভাগ্য নিৰ্ণয় হ’ব ১৫৪গৰাকী প্ৰাৰ্থীৰ।

৭.৩০ বজাৰ লগে লগে আৰম্ভ হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া।

৯০৮ টা কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।

৭,৪০,০৬০ গৰাকী ভোটাৰে নিৰ্ণয় কৰি প্ৰাৰ্থীৰ ভাগ্য।

সন্ধিয়া ৪.৩০ বজালৈ চলিব ভোটগ্ৰহণ প্ৰক্ৰিয়া।

ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ পুৱাই ওলাই আহিল প্ৰায় সকলো।

Leave a Reply

Your email address will not be published. Required fields are marked *