আঘাতপ্ৰাপ্ত লাভলীনা! নাকত আঘাত পোৱা বক্সাৰ গৰাকীয়ে অংশ ল’ব নোৱৰিব ‘নেশ্যনেল গেমছ’ত…

অসমৰ খেলৰ বাবে এক দুঃসংবাদ।

প্ৰশিক্ষণৰ সময়ত নাকত আঘাত পাইছে লাভলীনা বৰগোহাঁইয়ে।

যাৰ বাবে বক্সাৰ গৰাকীয়ে অংশ ল’ব নোৱাৰিব ‘নেশ্যনেল গেমছ’ত।

নাকত আঘাত পোৱা লাভলীনাক চিকিৎসকে দিছে বিশ্ৰামৰ পৰামৰ্শ।

image 214
আঘাতপ্ৰাপ্ত লাভলীনা! নাকত আঘাত পোৱা বক্সাৰ গৰাকীয়ে অংশ ল’ব নোৱৰিব ‘নেশ্যনেল গেমছ’ত... 2

নেশ্যনেল গেমছত পদক প্ৰায় নিশ্চিত আছিল লাভলীনা বৰগোহাঁইৰ।

উল্লেখ্য যে, নেশ্যনেল গেমছত অসমৰ পতাকা বহন কৰিব অম্লান বৰগোহাঁয়ে।

আজি নিশা নিশ্চিত হ’ব পতাকা বহনকাৰী ছোৱালী খেলুৱৈৰ নাম।