অসম

আগতিয়াকৈ সামাজিক মাধ্যমত ভাইৰেল মেট্ৰিকৰ ৰিজাল্ট, সাৱধান ছেবাই ৰাখিছে নজৰ…

আগতিয়াকৈ সামাজিক মাধ্যমত ভাইৰেল মেট্ৰিকৰ ৰিজাল্ট।

আগতীয়াকৈ ফলাফল শ্বেয়াৰ কৰাসকলৰ বিৰুদ্ধে গোচৰ দিব চেবাই।

ছচিয়েল মিডিয়াত ৰিজাল্ট ভাইৰেল কৰা সকলৰ বিৰুদ্ধে ছেবাই ৰাখিছে নজৰ।

উল্লেখ্য যে, আজি ঘোষণা কৰিব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল।

১০ বজাৰ লগে লগেই চেবাই ঘোষণা কৰিব ফলাফল সমুহ।

কিন্তু নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ছচিয়েল মিডিয়াত ভাইৰেল হৈছে মেট্ৰিকৰ ৰিজাল্ট শ্বিট।

হোৱাটছএপ, ফেচবুকত ভৰি পৰিছে মেট্ৰিকৰ ৰিজাল্ট শ্বিট।

দুষ্ট চক্ৰৰ এনে কাৰ্যৰ ওপৰত চোকা নজৰ ৰাখিছে ছেবা কৰ্তৃপক্ষই।

এই লোক সকলৰ বিৰুদ্ধে ছেবাৰ চাইবাৰ চেলে আৰক্ষীৰো কাষ চাপিব বুলি ছেবা কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

ছেবা কৰ্তৃপক্ষই জনাইছে যে,এয়া হৈছে এক অপৰাধ।এই অপৰাধ যিসকলে কৰিছে তেওঁলোক আইনৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব।

Leave a Reply

Your email address will not be published. Required fields are marked *