অসম

ঘোষণা হ’ল মেট্ৰিকৰ ফলাফল! ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান লাভ ৰক্তোৎপল শইকীয়াৰ

আজি ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল।

ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৰক্তোৎপল শইকীয়াই।

ৰক্তোৎপল শইকীয়া উত্তৰ লখিমপুৰৰ ছেণ্টমেৰিজ হাইস্কুলৰ ছাত্ৰ।

image 76

ৰক্তোপাল শইকীয়াই মুঠ নম্বৰ লাভ কৰিছে ৫৯৭।

আনহাতে ৰাজ্যৰ ভিতৰতে দ্বিতীয় স্থাল লাভ কৰিবলৈ সক্ষম হৈছে নলবাৰীৰ ভূয়সী মেধীয়।

নলবাৰী লিটিল ফ্লাৱাৰ স্কুল ছাত্ৰী ভূয়সী মেধী।

ভূয়সী মেধীয়ে লাভ কৰিছে মুঠ ৫৯৬ নম্বৰ।

পুৱা ১০ বজাৰ লগে লগে অনলাইনযোগে ঘোষণা কৰা হয় ফলাফল।

Leave a Reply

Your email address will not be published. Required fields are marked *