
আকৌ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে! ১৩ হাজাৰ টকাৰ ঘোচ লৈ গ্ৰেপ্তাৰ লাট মণ্ডল আবু তালেম মিঞা…
নিউজ ডেস্কঃ আকৌ ঘোচ লৈ জালত পৰিল আন এজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী।
এইবাৰ দক্ষিণ শালমৰা চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলিত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।
অভিযানত ঘোচ লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ লাট মণ্ডল আবু তালেম মিঞা।
ভূমিৰ তথ্য সংক্ৰান্তত ১৩ হাজাৰ টকা ঘোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ লাটমণ্ডল আবু তালেম।
Today, a team of @DIR_VAC_ASSAM trapped red handed and arrested Sh. Abu Taleb Miah, Lat Mandal, O/O the South Salmara Revenue Circle, after he accepted Rs.13,000/- as part of demanded bribe from the complainant for processing of mutation of land.@CMOfficeAssam @assampolice pic.twitter.com/2YebPRKFo6
— Surendra Kumar (@surendrakr_ips) February 22, 2023





