ৰাষ্ট্ৰীয়

অৱশেষত কাৰ্যক্ষম হ’ল FACEBOOK, WHATSAPP আৰু INSTAGRAM…

অৱশেষত কাৰ্যক্ষম হ’ল FACEBOOK, WHATSAPP আৰু INSTAGRAM…

কাৰিকৰী অসুবিধাৰ বাবে বিশ্বজুৰি বিকল হৈ পৰিছিল জনপ্ৰিয় এপ কেইটা।

এখ দুই ঘণ্টা নহয়, সম্পূৰ্ণ ৬ ঘণ্টা ধৰি বিকল হৈ থাকে FACEBOOK, WHATSAPP আৰু INSTAGRAM….

৪ অক্টোবৰৰ নিশা ৯.১৫ বজাৰ পৰা ৬ ঘণ্টা ধৰি বিকল হৈ থাকে জনপ্ৰিয় এপ কেইটা।

৫ অক্টোবৰৰ পুৱা ৪ মান বজাৰ পৰা হে লাহে লাহে পুনৰ আৰম্ভ হয় কেউটা সামাজিক মাধ্যমৰে সেৱা।

ইপিনে এই ঘটনা সন্দৰ্ভত মন্তব্য ব্যক্ত কৰিছে স্বত্বাধিকাৰী মাৰ্ক জুকাৰবাৰ্গে।

মাৰ্ক জুকাৰবাৰ্গেও সেৱা পুনৰ আৰম্ভ হোৱাৰ বিষয়ে জনাই লগতে সেৱা ব্যাহত হৈ পৰাৰ বাবে ব্যৱহাৰকাৰীৰ ওচৰত ক্ষমাও বিচাৰে।

Image

Leave a Reply

Your email address will not be published. Required fields are marked *