অসম

অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া কোভিড পজিটিভ…

ৰাজ্যত ভয়াৱহ হাৰত বৃদ্ধি হৈছে কৰ’ণাৰ সংক্ৰমণ।

অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া কোভিড পজিটিভ।

শেহতীয়াকৈ তেওঁৰ দেহত ধৰা পৰিছে কোৰোনাৰ সংক্ৰমণ।

বৰ্তমান শৰীৰৰ অৱস্থা সুস্থিৰ সভাপতিগৰাকীৰ।

উল্লেখ্য যে, কিছুসময়ৰ পূৰ্বে অখিল গগৈৰ পত্নী-পুত্ৰও আক্ৰান্ত হৈছে কৰ’ণাত।

Leave a Reply

Your email address will not be published. Required fields are marked *