অসম সাহিত্য সভাৰ নতুন সভাপতিৰূপে নিৰ্বাচিত ড০ সূৰ্যকান্ত হাজৰিকা…

নিউজ ডেস্কঃ অসম সাহিত্য সভাৰ নতুন সভাপতিৰূপে নিৰ্বাচিত বিশিষ্ট লেখক, শিক্ষাবিদ, গীতিকাৰ, চলচ্ছিত্ৰ নিৰ্মাতা
পদ্মশ্ৰী ড০ সূৰ্যকান্ত হাজৰিকা।

শনিবাৰে অনুষ্ঠিত নিৰ্বাচনৰ ভোটগণনাত সাহিত্য সভাৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত হয় ড০ হাজৰিকা।

তেওঁ সাহিত্যিক য়েছে দৰজে ঠংছিক ৮০টা ভোটত পৰাস্ত কৰি জয়লাভ কৰে।

ইফালে সাহিত্য সভাৰ নতুন উপ-সভাপতিৰূপে নিৰ্বাচিত গিৰিশ সন্দিকৈ।

প্ৰধান সম্পাদক হিচাপে নিৰ্বাচিত হৈছে উপেন্দ্ৰজিৎ শর্মা।