অসম

অসম-মেঘালয় সীমা বিবাদক লৈ দিল্লীত প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীৰে মুখ্যমন্ত্ৰীৰ বৈঠক, চুক্তি স্বাক্ষৰৰ সম্ভাৱনা…

আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

বিয়লীৰ ভাগত কেন্দ্ৰীয় গৃহমন্ত্ৰীকো সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী শৰ্মাই।

ইতিমধ্যে দিল্লীত উপস্থিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

মেঘালয় মুখ্যমন্ত্ৰী কনৰাড চাংমাও উপস্থিত হৈছে দিল্লীত।

বৈঠকত দীৰ্ঘদিনীয়া অসম-মেঘালয়ৰ সীমা সমস্যা সন্দৰ্ভত চুক্তি স্বাক্ষৰৰ সম্ভাৱনা।

অমিত শ্বাহৰ উপস্থিতিতে দুয়োখন ৰাজ্যৰ সীমা সমস্যাক লৈ চুক্তি স্বাক্ষৰিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *