অসম

অসম চৰকাৰক আনুষ্ঠানিকভাৱে হস্তান্তৰ নগাঁও আৰু কাছাৰ কাগজ কলৰ সম্পত্তি…

ইতিহাস হ’ল এক দীঘলীয়া অধ্যায়ৰ।

অসম চৰকাৰক আনুষ্ঠানিকভাৱে হস্তান্তৰ নগাঁও আৰু কাছাৰ কাগজ কলৰ সম্পত্তি।

৩৭৫ কোটি টকাৰে নগাঁও আৰু কাছাৰ কাগজ কল ক্ৰয় কৰিলে অসম চৰকাৰে।

লিকুইডিটৰক ৰাজ্য চৰকাৰে আদায় দিলে ৩৭৫ কোটি টকা।

শীঘ্ৰে কাগজ কলৰ কৰ্মচাৰীৰ প্ৰাপ্য আদায় দিব চৰকাৰে।

কাগজ কলৰ ভূমিক লৈ চৰকাৰে কৰিব নতুন পৰিকল্পনা।

কাগজ কলত উপস্থিত হৈ এই ঘোষণা উদ্যোগ তথা বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ।

অসম চৰকাৰে ক্ৰয় কৰাৰ পিছতে টুইটযোগে এই কথা আনুষ্ঠানিকভাবে সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Leave a Reply

Your email address will not be published. Required fields are marked *