ৰাষ্ট্ৰীয়

অলিম্পিকত দুৰ্দান্ত প্ৰদৰ্শনেৰে ফাইনেলত স্থান লাভ ভাৰতৰ কমলপ্ৰীতৰ…

অলিম্পিকৰ পৰা আহিছে দেশবাসীৰ বাবে আন এক ভাল খবৰ।

ডিচকাছ থ্ৰ’ত দুৰ্দান্ত প্ৰদৰ্শনেৰে ফাইনেলত স্থান লাভ ভাৰতৰ কমলপ্ৰীতৰ।

দ্বিতীয় স্থানেৰে চূড়ান্ত পৰ্যায়ত প্ৰৱেশ কৰে কমলপ্ৰীত কৌৰে।

ডিচকাছ থ্ৰ’ খেলত আমেৰিকাৰ খেলুৱৈয়ে ৬৬.৪২ মিটাৰ দূৰত্বলৈকে দলিয়াই প্ৰথম স্থান দখল কৰে।

ইয়াৰ বিপৰীতে ভাৰতৰ কমলপ্ৰীতে ৬৪.০০ মিটাৰ দূৰত্বলৈকে ডিস্ক দলিয়াই দ্বিতীয় স্থানেৰে চূড়ান্ত পৰ্যায়ত প্ৰৱেশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *