অসমঅসমীয়া

অচিনাক্ত বাহনৰ খুন্দাত ছাত্ৰৰ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু ছাত্ৰৰ।

কামৰূপ জিলাৰ চাংসাৰিস্থিত ৰূপকোঁৱৰ একাডেমীৰ ছাত্ৰ আব্দুলৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু।

জানিব পৰা মতে, অচিনাক্ত বাহনৰ খুন্দাত কৰুণ মৃত্যুক আকোঁৱালি ল’লে চাংসাৰি নিৱাসী আব্দুল নামৰ এগৰাকী ছাত্ৰই।

অৱশ্যে কি বাহনে খুন্দিয়াই থৈ গ’ল সেয়া বৰ্তমানে জানিব পৰা হোৱা নাই যদিও ৰাজপথতে দুৰ্ঘটনাগ্ৰস্ত আব্দুল নামৰ ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *