অৰুণাচল প্ৰদেশ
মাৰণাস্ত্ৰসহ অৰুণাচল প্ৰদেশ আৰক্ষীৰ জালত দুৰ্ধৰ্ষ NSCN কেডাৰ…

অৰুণাচল প্ৰদেশ আৰক্ষীৰ জালত দুৰ্ধৰ্ষ NSCN কেডাৰ।
নামচাই জিলৰ মহাদেৱপুৰ আৰক্ষীয়ে আটক কৰা হৈছে NSCN কেডাৰজনক।
ধৃত NSCN কেডাৰজনক নাম হৈছে মিনেশ্বৰ দিহিঙ্গীয়া।
আটক হোৱা কেডাৰজনৰ পৰা আৰক্ষীয়ে ৫জাই সজীৱ গুলী আৰু পিষ্টলৰ লগতে বহু আপত্তিজনক নথিপত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে।
ধৃত কেডাৰজনৰ ঘৰ অৰুণাচল প্ৰদেশৰ নামচাই জিলৰ মহাদেৱপুৰৰ লেকাং গোহাই গাঁৱত বুলি জানিব পৰা গৈছে।
সম্প্ৰতি আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে।