ৰাষ্ট্ৰীয়

বিখ্যাত যাদুকৰ অপী শৰ্মা আৰু নাই…

বিখ্যাত যাদুকৰ অপী শৰ্মা আৰু নাই।

৮০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে মহান যাদুৰপ শৰ্মাইষ

শৰ্মাই শনিবাৰে নিশা ফৰ্চুন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।

অসাধাৰণ যাদু কৌশলেৰে বিশ্বৰ সকলো লোককে মন্ত্ৰমুগ্ধ কৰা ভাৰতৰ বিখ্যাত যাদুকৰ অপী শৰ্মাৰ মৃত্যুৰ খবৰে এতিয়া সমগ্ৰ কানপুৰতে শোকৰ ছাঁ পেলাইছে।

২০০২ চনত সমাজবাদী পাৰ্টীৰ টিকটত গোবিন্দ নগৰৰ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা অপী শৰ্মাই ২০১৯ চনৰ ১০ আগষ্টত বিজেপিত যোগদান কৰিছিল।

যাদুকৰ অপী শৰ্মাৰ লগত আছিল এটা বৃহৎ দল। যেতিয়াই তেওঁ কোনো চহৰত শ্ব’ কৰিবলৈ গৈছিল, তেতিয়া তেওঁৰ লগত আছিল ১০০ৰো অধিক লোকৰ এটা দল।

অৱশেষত শণিবাৰৰ দিনটোত ইহ সংসাৰৰ পৰা বিদায় লয় মহান যাদুকৰগৰাকীয়ে।

Related Articles

Back to top button