ৰাষ্ট্ৰীয়
দুৰ্ঘটনাত পতিত ‘কাচ্চা বাদাম’ খ্যাত ভুৱন বাদ্যকাৰ…

দুৰ্ঘটনাত পতিত ‘কাচ্চা বাদাম’ খ্যাত ভুৱন বাদ্যকাৰ।
কাচ্চা বাদাম গীতেৰে সমগ্ৰ বিশ্বত জনপ্ৰিয় হৈ পৰা ভুৱন বাদ্যকাৰ সোমবাৰে এক দুৰ্ঘটনাত পতিত হয়।
নিশা পশ্চিম বংগৰ বীৰভূমৰ চুপাৰ স্পেচিয়েলিটি হস্পাতালত ভৰ্তি কৰা হয় ভুৱনক।
জানিব পৰা মতে, এখন চেকেণ্ড হেণ্ড গাড়ী কিনি চলাবলৈ শিকোতে এই দুৰ্ঘটনাটো সংঘটিত হয়।
দুৰ্ঘটনাৰ ফলত ভুৱনে মূৰ আৰু ককালত আঘাত পাইছে বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, ভুৱনৰ ঘৰ বীৰভূমৰ কৰালজুৰী গাঁৱত।
লগতে চাওকঃ
বেংক চুৰি কৰিবলৈ আহি ব্যৰ্থ চোৰে দেৱালত লিখি থৈ গ’ল এই কথা…
