ৰাষ্ট্ৰীয়

চৰকাৰী কৰ্মচাৰীলৈ ভাল খবৰ! মোডী চৰকাৰে আগবঢ়াইছে দিপাৱলীৰ উপহাৰ…

চৰকাৰী কৰ্মচাৰী সকললৈ ভাল খবৰ।

কেন্দ্ৰীয় মোডী চৰকাৰে চৰকাৰী কৰ্মচাৰীলৈ আগবঢ়াইছে দিপাৱলীৰ উপহাৰ।

কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ মৰগীয়া বানচ ২৮ শতাংশৰ পৰা ৩১ শতাংশলৈ বৃদ্ধি কৰিছে।

২০২১ চনৰ ৩১ জুলাইৰ পৰা এই নতুন মৰগীয়া বানচ বৃদ্ধিৰ নিৰ্দেশনা কাৰ্যকৰী হ’ব।

চৰকাৰৰ এই সিদ্ধান্তৰ ফলত ৪৭.১৪ লাখ কেন্দ্ৰীয় কৰ্মচাৰী আৰু ৬৮.৬২ লাখ অৱৰপ্ৰাপ্ত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী (পেঞ্চনাৰ) লাভাম্বিত হ’ব।

সপ্তম দৰমহা আয়োগৰ অধীনত কৰ্মচাৰীৰ এই মৰগীয়া বানচ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

জানিব পৰা মতে মুদ্ৰাস্ফীতিৰ বাবে কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীৰ ডি এ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

লগতে চাওকঃ

বাছক অভাৰটেক কৰিবলৈ গৈ বিপদত পৰিল স্কুটি আৰােহী দম্পতী, ঘটনাৰ দৃশ্য ভাইৰেল

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button