fbpx
অসমীয়াৰাশিফল

চাওক আপোনাৰ দৈনিক ৰাশিফল

দৈনিক ৰাশিফলঃ ৪ আগষ্ট, বৃহস্পতিবাৰ

মেষ ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। ব্যৱসায়ত বন্ধুৰ সহায়ে আজি আপোনাক লাভম্বিত কৰিব পাৰে। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব। পৰিয়ালৰ প্ৰতি সৎভাৱ বৃদ্ধি পাব। পত্নীৰ পৰা সমৰ্থন লাভ কৰিব। শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব। এজন পুৰণি বন্ধুৰ সৈতে লগ হ’ব পাৰে।

বৃষ ৰাশি- আজি আপোনাৰ বাবে দিনটো ব্যস্ততাৰে ভৰি থাকিব। ব্যৱসায় সংক্ৰান্তত ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। দীৰ্ঘদিন ধৰি চলি থকা আইনী প্ৰক্ৰিয়া আজি সমাধান হ’ব। পত্নীৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিয়ক। ৰাজনীতিৰ সৈতে জড়িত হৈ থকা সকলৰ বাবে দিনটো শুভ প্ৰমাণিত হ’ব। পিতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব। সন্তানৰ পৰা এটি সুখবৰ লাভ কৰিব পাৰে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

মিথুন ৰাশি- আজি আপোনাৰ বাবে দিনটো কষ্টকৰ প্ৰমাণিত হ’ব। অত্যাধিক ব্যয়ে আজি আপোনাক চিন্তিত কৰিব পাৰে। বাৰ্তালাপৰ সময়ত সাৱধান হওক। ব্যৱসায়ত মনোযোগ দিয়ক নহ’লে লোকচানৰ সন্মুখীন হ’ব পাৰে। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ অভিজ্ঞ জনৰ পৰামৰ্শ লওক। পত্নীৰ সৈতে মতভেদ হ’ব পাৰে। শিক্ষাৰ্থীসকলে যত্ন কৰা উচিত।

কৰ্কট ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। আজি আপুনি ধৰ্মীয় অনুষ্ঠানত অংশগ্রহণ কৰিব পাৰে। পত্নীৰ সৈতে ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। পৰিয়ালত চলি থকা সমস্যাবোৰৰ আজি সমাধান হ’ব। শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব। পিতৃ-মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

সিংহ ৰাশি- আজি আপোনাৰ বাবে দিনটো লাভজনক প্ৰমাণিত হ’ব। এই ৰাশিচিহ্নৰ অবিবাহিত লোকসকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। ব্যৱসায়ত উন্নত। ৰাজনীতিৰ সৈতে জড়িত হৈ থকা সকলৰ বাবে দিনটোত বাধা থাকিব পাৰে। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ অভিজ্ঞ জনৰ পৰামৰ্শ লওক। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব।

কন্যা ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। আজি আপুনি ভ্ৰমণৰ সুযোগ লাভ কৰিব। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে দিনটো শুভ প্ৰমাণিত হ’ব। শিক্ষাৰ লগত জড়িত হৈ থকা সকলৰ বাবে দিনটোত বাধা থাকিব পাৰে। দীৰ্ঘদিন ধৰি পাবলগীয়া ধন ঘূৰাই পাব। মাতৃৰ স্বাস্থ্যৰ যতন লওক।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

তুলা ৰাশি- আজি আপোনাৰ বাবে দিনটো ব্যস্ততাৰে ভৰি থাকিব। আজি আপুনি ভ্ৰমণৰ সুযোগ লাভ কৰিব কিন্তু এই ভ্ৰমণ আপোনাৰ বাবে কষ্টকৰ প্ৰমাণিত হ’ব। পত্নীৰ সৈতে মতভেদ হ’ব পাৰে। ব্যৱসায়ত মনোযোগ দিয়ক। দীৰ্ঘদিনীয়া অৰ্ধসম্পূৰ্ণ কাম আজি সম্পূর্ণ হ’ব। শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব। পিতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব।

বৃশ্চিক ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। ব্যৱসায় সংক্ৰান্তত ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। আজি আপুনি ভৱিষ্যতক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব। ঘৰলৈ অতিথিৰ আগমন ঘটিব পাৰে। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব। পিতৃ-মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব। শিক্ষাৰ্থীসকলে যত্ন কৰিলে সুফল লাভ কৰিবলৈ সক্ষম হ’ব।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

ধনু ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। ব্যৱসায়ত বন্ধুৰ সহায়ে আজি আপোনাক লাভম্বিত কৰিব পাৰে। দীৰ্ঘদিন ধৰি পাবলগীয়া ধন ঘূৰাই পাব। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ অভিজ্ঞ জনৰ পৰামৰ্শ লওক। সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব। ৰাজনীতিৰ সৈতে জড়িত হৈ থকা সকলৰ বাবে দিনটোত বাধা থাকিব পাৰে।

মকৰ ৰাশি- আজি আপোনাৰ বাবে দিনটো ব্যস্ততাৰে ভৰি থাকিব। অত্যাধিক খং পৰিহাৰ কৰক। পত্নীৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিয়ক। মাতৃৰ স্বাস্থ্যই আজি আপোনাক চিন্তিত কৰিব পাৰে। ব্যৱসায়ত মনোযোগ দিয়ক। আজি আপুনি আত্মীয় জনৰ মনত আঘাত লগা কাম নকৰিব। বন্ধুবৰ্গৰ পৰা সহায় সহযোগিতা লাভ কৰিব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো শুভ প্ৰমাণিত হ’ব।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

কুম্ভ ৰাশি- আজি আপোনাৰ বাবে দিনটো কষ্টকৰ প্ৰমাণিত হ’ব। ব্যৱসায়ত মনোযোগ দিয়ক নহ’লে লোকচানৰ সন্মুখীন হ’ব পাৰে। আজি আপুনি ধনৰ লেনদেনৰ পৰা আঁতৰি থাকক। পত্নীৰ স্বাস্থ্যই আজি আপোনাক চিন্তিত কৰিব পাৰে। মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব। বাৰ্তালাপৰ সময়ত সাৱধান হওক। ৰাজনীতিৰ সৈতে জড়িত হৈ থকা সকলৰ বাবে দিনটোত বাধা থাকিব পাৰে।

মীন ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। এই ৰাশিচিহ্নৰ অবিবাহিত লোকসকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব। দীৰ্ঘদিনীয়া অৰ্ধসম্পূৰ্ণ কাম আজি সম্পূর্ণ হ’ব। শিক্ষাৰ লগত জড়িত হৈ থকা সকলৰ বাবে দিনটোত বাধা থাকিব পাৰে। নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে দিনটো শুভ প্ৰমাণিত হ’ব।পিতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!