ঘোষণা কৰা হ’ল CBSE-ৰ দ্বাদশ শ্ৰেণীৰ ফলাফল।
কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ড চমুকৈ চি বি এছ ই-য়ে চলিত বৰ্ষৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা কৰে।
মুঠ পৰীক্ষাৰ্থীৰ উত্তীৰ্ণ হয় ৯৯.৩৭ শতাংশ।
উল্লেখ্য যে, ক’ভিড সংক্ৰমণৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ অনুষ্ঠিত নহ’ল চি বি এছ ই ৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা।
পূৰ্বৰ পৰীক্ষাৰ মূল্যাংকনকে ধৰি নিৰ্দ্ধাৰণ কৰা নীতিৰ আধাৰত ঘোষণা কৰা হয় ফলাফল।
শিক্ষাৰ্থী সকলে http://cbseresults.nic.in/CBSEResults/ লৈ গৈ পৰীক্ষাৰ ফলাফল সমূহ চাব পাৰিব।
ইয়াৰ উপৰিও UMANG, DigiLocker-তো পৰীক্ষাৰ ফলাফল উপলব্ধ হ’ব।









