অসম

TETত চাকৰি পোৱাতকৈ ৰিলায়েন্সত চাকৰি পোৱাটো বেছি গৌৰৱৰ কথাঃ মুখ্যমন্ত্ৰী…

নিউজ ডেস্ক। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ উদ্যোগত অনুষ্ঠিত হয় যুৱ নেতৃত্ব সমাৰোহ, ২০২২।

অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী।

Image

অনুষ্ঠানত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

শৰ্মাই কয়- TETত চাকৰি পোৱাতকৈ ৰিলায়েন্সত ত চাকৰি পোৱাটো বেছি গৌৰৱৰ কথা।

লগতে দৰমহাৰ প্ৰাসংগিকতা আনি তেওঁ কয় যে, টেটৰ শিক্ষকতকৈ ৰিলায়েন্সৰ কৰ্মচাৰীৰ দৰমহা ভাল।

শংকৰদেৱ কলাক্ষেত্ৰত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী শৰ্মাৰ এই মন্তব্যৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

লগতে ৰাজ্যসভা নিৰ্বাচন সন্দৰ্ভত তেওঁ কয়- কংগ্ৰেছৰ সকলো সদস্য, বিধায়কৰ সৈতে মোৰ ভাল ইয়াত কোনো নতুনত্ব নাই। আমি ৰাজ্যসভাৰ দুয়োখন আসন জয়ী হম।’

লগতে চাওকঃ

আপােনাৰ সাপ্তাহিক ৰাশিফল

horoscope

Leave a Reply

Your email address will not be published. Required fields are marked *