অসম

SSB আৰু বন বিভাগৰ অভিযানত আটক হাতীৰ দাঁত সহ দুটা চোৰাং ব্যৱসায়ী….

চিৰাঙৰ বিষ্ণুপুৰত SSB আৰু বন বিভাগৰ অভিযান।

অভিযানত আটক হাতীৰ দাঁত সহ দুটা চোৰাং ব্যৱসায়ী।

SSB আৰু বন বিভাগৰ অভিযানত আটক হয় ধৃত ব্যৱসায়ী দুজন।

ব্যৱসায়ী দুজন ক্ৰমে, সুকুমাৰ দাস(৩২) আৰু নিৰ্মল মণ্ডল(৪০)।

সম্প্ৰতি বন বিভাগে তদন্ত অব্যাহত ৰাখিছে।

লগতে চাওকঃ

শিহৰণকাৰী! কােলাত কেচুৱা লৈ জলপ্ৰপাতত আবদ্ধ হৈ পৰিল মাতৃ, তাৰ পাছত ঘটিল এই ঘটনা…

Leave a Reply

Your email address will not be published. Required fields are marked *