কেৰি বেগত টিফিন বক্স সুমুৱাই ননাৰ অপৰাধত কৰ্মচাৰীক প্ৰহাৰ! জিলা উপায়ুক্ত বৰ্ণালী ডেকাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ…
কোকৰাঝাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত আজব ঘটনা৷ জিলা উপায়ুক্তৰ বিৰুদ্ধে কৰ্মচাৰীক প্ৰহাৰৰ অভিযোগ৷ দুপৰীয়াৰ আহাৰৰ গাফিলতিৰ বাবে উপায়ুক্তই কৰিছিল শাৰীৰিক প্ৰহাৰ৷
Read More