সি বেচেৰাই গোটেই বস্তুটো ভুলকৈ ৰিপ্ৰেজেণ্ট কৰিছে, সঠিক তথ্য দিব পৰা নাইঃ ভাস্কৰজ্যোতি মহন্ত
২৬ হাজাৰ নিযুক্তি প্ৰক্ৰিয়াৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰা ভিক্টৰ দাসৰ গ্ৰেপ্তাৰৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত
Read More