ড০ সম্বিত পাত্ৰক বিজেপিৰ উত্তৰ-পূবৰ প্ৰভাৰী নিযুক্তি।
উত্তৰ-পূবত বিজেপিৰ উপ-প্ৰভাৰীৰ দায়িত্ব প্ৰদান কৰা হৈছে ঋতুৰাজ সিনহাক।

কেইবাখনো ৰাজ্যত নতুনকৈ প্ৰভাৰী নিযুক্তি দিছে বিজেপিয়ে।
নিযুক্তি দিয়া হৈছে ১৫ জন প্ৰভাৰী, ১১ জন উপ-প্ৰভাৰী।
ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই নিযুক্তি দিছে প্ৰভাৰীসকলক।









