অসম

IPLৰ এটা ছিজনত সৰ্বাধিক বল কেটছ কৰি ভাৰতীয় খেলুৱৈৰূপে অভিলেখ ৰিয়ান পৰাগৰ…

অসম সন্তান ৰিয়ান পৰাগৰ আন আক কৃতিত্ব।

IPLৰ এটা ছিজনত সৰ্বাধিক বল কেটছ কৰি ভাৰতীয় খেলুৱৈৰূপে অভিলেখ ৰিয়ান পৰাগৰ।

১৪ টা কেটছ ধৰি ভংগ কৰিলে ৰবিন্দ্ৰ জাদেজাৰ অনন্য অভিলেখ।

বৰ্তমানে ৰাজস্থান ৰয়েলছৰ হৈ আই পি এলৰ পথাৰত খেলি আছে ৰিয়ানে।

কালিৰ নিশাৰ খেলত ১৪ সংখ্যত বল কেটছ কৰি ৰেকৰ্ড গঢ়ে।

vMPmVnL9?format=jpg&name=small

যি ৰেকৰ্ড পূৰ্বে ৰবিন্দ্ৰ জাদেজাৰ নামত আছিল। ৰবিন্দ্ৰ জাদেজাই আই পি এলৰ ২০১৫ চিজন আৰু ২০২১ ৰ চিজনত ১৩ টা কৈ বল কেটছ কৰি উইকেট দখল কৰি ৰেকৰ্ড গঢ়িছিল।

এতিয়া এইদৰে সবাতোকৈ অধিক বল কেটছ কৰা ভাৰতীয় সকলৰ ভিতৰত তালিকাৰ শীৰ্ষত উপনীত হৈছে ৰিয়ান পৰাগ।

Leave a Reply

Your email address will not be published. Required fields are marked *