অসম

IIT গুৱাহাটীত ক’ভিডৰ ভয়াৱহ সংক্ৰমণ, অৰ্ধশতাধিক শিক্ষাৰ্থী ক’ভিড পজিটিভ…

ৰাজ্যত পুনৰ ভয়াৱহ ৰূপত বৃদ্ধি পাবলৈ লৈছে মাৰাত্মক ক’ভিডৰ সংক্ৰমণে।

IIT গুৱাহাটীত ক’ভিডৰ ভয়াৱহ সংক্ৰমণ।

অৰ্ধশতাধিক শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে ক’ভিড পজিটিভ।

আক্ৰান্তসকলৰ অধিকাংশই ৰাজ্যৰ বাহিৰৰ পৰা অহা শিক্ষাৰ্থী।

ইতিমধ্যে শিক্ষা প্ৰতিষ্ঠানখনৰ পৰা বাহিৰলৈ অহা–যোৱা বন্ধ কৰা হৈছে শিক্ষাৰ্থীৰ।

নিৰ্মাণ কৰা হৈছে কোৱাৰেণ্টাইন চেণ্টাৰ।

কেইবাজনো বিষয়া, কৰ্মচাৰী, অধ্যাপকৰ দেহতো পোৱা গৈছে ক’ভিডৰ উপস্থিতি।

Leave a Reply

Your email address will not be published. Required fields are marked *