GMC-ৰ বোকা নিষ্কাশন কেলেংকাৰীৰ অন্যতম অভিযুক্ত ঠিকাদাৰ মিঠু আগৰৱালাক গ্ৰেপ্তাৰ…

গুৱাহাটী পৌৰ নিগমৰ বোকা নিষ্কাশন কেলেংকাৰীৰ অন্যতম অভিযুক্ত ঠিকাদাৰ মিঠু আগৰৱালাক গ্ৰেপ্তাৰ।

বিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে মিঠু আগৰৱালা।

লুক আউট ন’টিচ জাৰি কৰিছিল মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে।

২৩ নৱেম্বৰত পলাতক ঘোষণা কৰিছিল মিঠু আগৰৱালাক।

দীৰ্ঘদিনে ধৰি আত্মগোপন কৰি আছিল মিঠু আগৰৱালা।