অসম

AIUDFত থাকি হতাশাত ভুগি বিজেপিত যোগদান কৰিবলৈ বাধ্য হলোঃ ফনী তালুকদাৰ

মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনত উপস্থিত AIUDFৰ সদ্য পদত্যগী নেতা ফণী তালুকদাৰ।

বিজেপিত যোগদান কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰীক সাক্ষাত বিধায়ক ফনী তালুকদাৰৰ।

মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী পিযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱাৰ সৈতে বৈঠক তালুকদাৰৰ

ফনী তালুকদাৰ কয়- ‘AIUDF ত একো বেয়া দল নহয়। বিজেপিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপিলৈ আহিছোঁ।’

ভৱানিপুৰ সমষ্টি অসমৰ ভিতৰতে পিছপৰা সমষ্টি, সেই সমষ্টিৰ উন্নতিৰ স্বাৰ্থত বিজেপিলত যোগদান কৰিব লগা হৈছে বুলি মন্তব্য তালুকদাৰৰ।

লগতে তেওঁ কয়- ‘AIUDF ত থাকি ৰাইজৰ উন্নতি একো কৰিব পৰা নাছিলোঁ। AIUDF ত থাকি হতাশাত ভুগি বিজেপিত যোগদান কৰিবলৈ বাধ্য হলোঁ।’

ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিজেপিৰ গুৰু আখ্যা ফনী তালুকদাৰৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *