অসম

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা…

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ ২০২১-২০২২ বৰ্ষৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা।

এইবাৰৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাধাৰণ নিৰ্বাচনত সদৌ অসম ছাত্ৰ সন্থাৰ মুঠ চাৰিগৰাকী প্ৰাৰ্থী বিজয়ী হয়।

ইয়াৰ বিপৰীতে NSUIৰ পাঁচগৰাকী, এবিভিপিৰ দুগৰাকী প্ৰাৰ্থী আৰু অন্যান্য দলৰ চাৰিগৰাকী প্ৰাৰ্থী বিজয়ী হয়।

বিজয়ী হোৱা প্ৰাৰ্থী সকল হৈছে ক্ৰমে-

সভাপতি- হেমেন কলিতা(আছু)

উপ-সভাপতি- নৱদ্বীপ বৰগোঁহাই(এছএমএছএছ)

সাধাৰণ সম্পাদক- বিকি শৰ্মা(এনএছয়ুআই)

সহ-সাধাৰণ সম্পাদক- ৰশ্মি কলিতা(এনএছয়ুআই)

তৰ্ক সম্পাদক- ভাস্বতী দেৱী(এচিপি)

সাহিত্য সম্পাদক- গ্যান প্ৰতীম শৰ্মা(এনএছয়ুআই)

সাংস্কৃতিক সম্পাদক- দিশা শৰ্মা(এচিপি)

সাধাৰণ ক্ৰীড়া সম্পাদক- গনেশ বড়ো(এনএছয়ুআই)

গুৰু ক্ৰীড়া সম্পাদক- খাৰমদাউ বসুমতাৰী(এবিভিপি)

লঘু ক্ৰীড়া সম্পাদক- বিক্ৰম হাজৰিকা(আছু)

শৰীৰ চৰ্চা সম্পাদক- পল্লৱ হাজৰিকা(আছু)

সমাজসেৱা সম্পাদক- বিষুৱ মেধি(এনএছয়ুআই)

সংগীত সম্পাদক- প্ৰত্যাশী কলিতা(আছু)

ছাত্ৰী জিৰণি কোঠা সম্পাদিকা- মুন মালিক(এবিভিপি)

ছাত্ৰ জিৰণি কোঠাৰ সম্পাদক- আবিদ আৰমান তাপদাৰ(এচিপি)

৩০ নৱেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *