অসম

শোকাৱহ পথ দুৰ্ঘটনা! ট্ৰাক-টাটা চুমুৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত ৩ জন…

এক শোকাৱহ পথ দুৰ্ঘটনা।

ট্ৰাক-টাটা চুমুৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় ৩ জনকৈ লোক।

মঙ্গলবাৰে নিশা বকোত বোন্দাপাৰাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

এখন ট্ৰাক আৰু টাটা চুমুৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ।

ফলত ধ্বংসস্তূপত পৰিণত হৈছে টাটা চুমুখন।

এই দুৰ্ঘটনাত থিতাতে নিহত হয় ৰূপচানা আহমেদ, চামচুল আলম, মেহবুব আলম নামৰ তিনিগৰাকী লোকৰ।

জানিব পৰা মতে গুৱাহাটীৰ পৰা লক্ষীপুৰ অভিমুখী আছিল টাটা চুমুখন।

বিপৰীত দিশৰ পৰা আহি আছিল ট্ৰাকখন।

Leave a Reply

Your email address will not be published. Required fields are marked *