ৰাষ্ট্ৰীয়অসমীয়া

চীনক ৰুধিবলৈ উত্তৰ পূৰ্বাঞ্চলত মোতায়েন কৰা হ’ব S-400 এয়াৰ ডিফেন্স ছিষ্টেম

নিউজ ডেস্ক। আগ্ৰাসী চীনক ৰুধিবলৈ ভাৰত চৰকাৰে বিভিন্ন ৰণকৌশল প্ৰস্তুত কৰিছে।

বিশেষকৈ দেশৰ আকাশীয় প্ৰতিৰক্ষা অধিক মজবুত কৰিবলৈ ৰাছিয়াৰ পৰা লাভ কৰা S-400 এয়াৰ ডিফেন্স ছিষ্টেম দেশৰ উত্তৰ পূৰ্বাঞ্চলতাে মােতায়েন কৰাৰ সিদ্ধান্ত লৈছে প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে।

FEJM0d-MWUAMb-CCT

S-400 এয়াৰ ডিফেন্স ছিষ্টেম

উল্লেখ্য যে এই প্ৰতিৰক্ষা প্ৰণালীয়ে শত্ৰু দেশৰ যিকােনাে মিছাইল আকাশ মাৰ্গতে ধ্বংস কৰিব পাৰে।

আমেৰিকাৰ বিৰােধিতাৰ পাছতাে ভাৰতে ৰাছিয়াৰ পৰা এই প্ৰতিৰক্ষা প্ৰণালী লাভ কৰিবলৈ সক্ষম হৈছে।

FEJMylu-XEAEaj-L1

জানিব পৰামতে, প্ৰথম পৰ্যায়ত ভাৰতে উত্তৰ-পূৰ্বাঞ্চলত তিনিটা এছ-৪੦੦ প্ৰতিৰক্ষা প্ৰণালী স্থাপন কৰিব।

ইয়াৰ উপৰি পশ্চিম সীমাত দুটা প্ৰণালী স্থাপন কৰা হ’ব।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

photo-2021-10-17-09-31-10

Leave a Reply

Your email address will not be published. Required fields are marked *