ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত আৰক্ষীৰ অব্যাহত আছে অবিযান।
এইবাৰ বোকাজানত ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলীচালনা।
আৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰী ছাদ্দাম হুছেইন।
আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলাওঁতেই গুলীচালনা কৰে আৰক্ষীয়ে।
ভৰতি গুলী লাগিছে ছাদ্দাম হুছেইনৰ।
ছাদ্দামৰ পৰা আৰক্ষীয়ে জব্দ কৰিছিল ১.৭৭ কিলো হেৰ’ইন।









