অসম

নিশাৰ মহানগৰীত পুনৰ মাতাল যুৱতীৰ তাণ্ডৱ, হাতত সুৰাৰ বটল লৈ সোমাল থানাত…

নিশাৰ মহানগৰীত পুনৰ সুৰাৰ ৰাগীত মাতাল যুৱতীৰ উদ্ভণ্ডালি।

হাতত মদৰ বট লৈ উদ্ভণ্ডালি চলালে মাতাল যুৱতীগৰাকীয়ে।

সুৰাৰ ৰাগীত যুৱতীগৰাকীয়ে পাহৰিলে নিজৰ ঘৰ।

সোমবাৰে নিশা গড়চুক থানাৰ ভিতৰত মাতাল যুৱতীগৰাকীয়ে চলায় তাণ্ডৱ৷

পাছত সুৰাৰ বটলসহ যুৱতীগৰাকী গড়চুক আৰক্ষী থানৰ আলহী হয়৷

পামহিৰ পৰা উৱেৰত বুক কৰিল গণেশপাৰালৈ এজন অচিন যুৱকে৷

গণেশপাৰালৈ উৱেৰ চালকে লৈ গৈছিল যদিও সুৰাৰ ৰাগীত মগন হোৱা যুৱতীয়ে পাহৰিলে নিজৰ ঠিকনা৷

উপায়হীন হয় চালকজনে লৈ আহে গড়চুক থানালৈ।

গড়চুক থানাত যুৱতীয়ে দেখুৱালে তাণ্ডৱ৷

মুখত অশ্লীল গালি, হাতত সুৰাৰ বটলেৰে আৰক্ষীক কৰে হতভম্ব।

Leave a Reply

Your email address will not be published. Required fields are marked *