সোমবাৰৰ পৰা অনুষ্ঠিত হৈছে CBSEৰ দ্বাদশ শ্ৰেণীৰ ছেমিষ্টাৰ-১ ব’ৰ্ড পৰীক্ষা।
পোন প্ৰথমবাৰৰ বাবে CBSEয়ে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা ছেমিষ্টাৰ পদ্ধতিত অনুষ্ঠিত কৰিছে।
এই পৰীক্ষাত পৰীক্ষাৰ্থীসকলে OMR শ্বীটত উত্তৰ কৰিব লাগিব।
উল্লেখ্য যে শিক্ষাৰ্থীসকলে CBSEৰ অফিচিয়েল ৱেবছাইট cbse.gov.in দৰ্শন কৰি পৰীক্ষাৰ সম্পূৰ্ণ তাৰিখ পত্ৰিকা চাব পাৰে।
আনহাতে দশম শ্ৰেণীৰ ব’ৰ্ডৰ পৰীক্ষা মঙ্গলবাৰৰ পৰা আৰম্ভ হ’ব।









