অসমঅসমীয়া

প্ৰাক্তন বিধায়ক শাদিদ মজুমদাৰৰ দেহাৱসান

প্ৰাক্তন বিধায়ক শাদিদ মজুমদাৰ ওৰফে মুনু মজুমদাৰৰ দেহাৱসান।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত নিশা ১.৩੦ বজাত শেষ নিস্বাস ত্যাগ কৰে ৩৭ নং পূৱ গােৱালপাৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক মজুমদাৰে।

241508005-285056556875037-426121691841792985-n

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৩ বছৰ।

তেওঁৰ মৃত্যুত মৰ্মাহত হৈ পৰিছে তেওঁ আত্মীয়ৰ লগতে শুভাকাংক্ষীবৃন্দ।

বিভিন্ন দল-সংগঠন তথা ব্যক্তিয়ে তেওঁৰ অকাল মৃত্যুত গভীৰ শােক প্ৰকাশ কৰাৰ লগতে পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

9608-230438150638002-1040089490676501008-n

উল্লেখ্য শাদিদ মজুমদাৰ গোৱালপাৰা জিলা যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

জিলাখনৰ ৩৭নং পূৱ গোৱালপাৰা বিধান সভা সমষ্টিৰ ২০০১ পৰা ২০০৬ চনলৈ তেওঁ বিধায়ক আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *