অসম

প্ৰদ্যুম্ন কুমাৰ গগৈলৈ ২০২১বৰ্ষৰ মুনীন বৰকটকী বঁটা…

২০২১বৰ্ষৰ মুনীন বৰকটকী বঁটা ঘোষণা।

যুৱ সাহিত্যিক প্ৰদ্যুম্ন কুমাৰ গগৈলৈ আগবঢ়োৱা হয় ২০২১ বৰ্ষৰ মুনীন বৰকটকী বঁটা।

চকী আৰু অন্যান্য গল্প’ গ্ৰন্থৰ বাবে এই বঁটা আগবঢ়োৱা হয় গগৈলৈ।

বঁটাত আছে নগদ ৫০হাজাৰ টকা, এটা স্মাৰক আৰু এখন প্ৰশস্তি পত্ৰ।

উল্লেখ্য যে, প্ৰদ্যুম্ন কুমাৰ গগৈৰ ঘৰ গোলাঘাটত।

Leave a Reply

Your email address will not be published. Required fields are marked *