প্ৰথমবাৰলৈ স্বাধীনতা দিৱস বৰ্জন নকৰাৰ সিদ্ধান্ত আলফা(স্বা)ৰ, নকৰে বন্ধ ঘোষণা… August 11, 2021 by NEWS DESKপ্ৰথমবাৰলৈ স্বাধীনতা দিৱস বৰ্জনৰ পৰা বিৰত থাকিব সশস্ত্ৰ সংগঠন আলফা স্বাধীন।এইবাৰ কোনো বন্ধ ঘোষণা কৰাৰ পৰাও বিৰত থাকিব সংগঠনটো।ক’ভিড মহামাৰী তথা আন সমস্যাৰ বাবে কোনো সশস্ত্ৰ প্ৰতিবাদ নকৰে সংগঠনটোৱে।অৱশ্যে সংগঠনৰ পতাকা প্ৰদৰ্শন অব্যাহত ৰাখিব আলফাই।Related Posts:ব’হাগৰ বতৰত দুঃখবৰ! বিহু গাই ওভতাৰ পথতে মৃত্যুক…দুই কণমানি কন্যাক নৃশংসভাৱে হত্যা! পাষাণ মাতৃক…ছিংগাপুৰৰ ক'ৰনাৰ আদালতৰ চূড়ান্ত ৰায়দান; প্ৰাণৰ…মোদী-শ্বাহৰ মেগা নিৰ্বাচনী প্ৰচাৰ; অসমৰ বাবে বিজেপিৰ…আকাশত বিধ্বংসী অগ্নিকাণ্ড; প্ৰশিক্ষণৰ মাজতে কাৰ্বি…দেশ মাতৃৰ সেৱাৰ সুৱৰ্ণ সুযোগঃ অসমৰ যুৱকৰ বাবে…কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত এয়া কি আচৰণ ভূপেন বৰা,…মহানগৰীত মহিলা অভিযন্তাৰ নৃশংস কাণ্ড! বক্স পালেঙৰ…বিপদ বাঢ়িব পাৰে হিমন্ত বিশ্ব শৰ্মাৰ! মুখ্যমন্ত্ৰীৰ…টিউচন শেষ কৰি বন্ধুৰ সৈতে ওলাই গৈছিল নিহা; নিশাৰ…