৫ নৱেম্বৰত দীপাৱলী উপলক্ষে কামৰূপ মেট্ৰত স্থানীয় বন্ধ ঘোষণা…

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বিশেষ ঘোষণা।

দীপাৱলী উপলক্ষে ৫ নৱেম্বৰত স্থানীয় বন্ধ ঘোষণা কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ।

৫ নৱেম্বৰত কামৰূপ মেট্ৰো জিলাৰ অন্তৰ্গত সকলো চৰকাৰী কাৰ্যালয়, প্ৰতিষ্ঠান বন্ধ থাকিব।

বিভিন্ন দল-সংগঠনৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি এই বন্ধ ঘোষণা কৰা হৈছে।

কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই এক নিৰ্দেশনাযোগে এই কথা সদৰি কৰিছে।

দীপাৱলীৰ সময়চোৱাত সকলোকে ক’ভিড প্ৰটকল ৰক্ষা কৰিবলৈ কঠোৰ নিৰ্দেশনা প্ৰদান।

Leave a Comment