আন্তঃৰাষ্ট্ৰীয়

কানাডাৰ নতুন প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত নিযুক্ত ভাৰতীয় মূলৰ অনিতা আনন্দ…

কানাডাৰ নতুন প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত নিযুক্ত ভাৰতীয় মূলৰ অনিতা আনন্দ।

মঙলবাৰে প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰু’ডৰ কেবিনেট ৰদবদলত দেশখনৰ নতুন প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয় অনিতাক। 

ভাৰতীয় মূলৰে হৰজিৎ সজ্জনৰ স্থান গ্ৰহণ কৰিব ৫৪ বছৰীয়া অনিতাই।

মঙলবাৰে অনিতাৰ লগতে ৩৮জন নতুন মন্ত্ৰীয়ে দায়িত্বভাৰ গ্ৰহণ কৰে। 

ইফালে এই পদত দায়িত্ব লাভ কৰা অনিতা হৈছে দ্বিতীয়গৰাকী মহিলা। 

Leave a Reply

Your email address will not be published. Required fields are marked *