মহানগৰীৰ দিছপুৰত চাঞ্চল্যকৰ ঘটনা, নিশা শুই থকা অৱস্থাত আক্ৰমণ অভিযন্তা পুত্ৰক February 2, 2023 by NEWS DESKগুৱাহাটী মহানগৰীৰ দিছপুৰত চাঞ্চল্যকৰ ঘটনা৷নিশা শুই থকা অৱস্থাত আক্ৰমণ এগৰাকী অভিযন্তা পুত্ৰক৷আক্ৰমণৰ বলি হোৱা যুবকজন অভিজিৎ শইকীয়া বুলি জানিব পৰা গৈছে।চোকা অস্ত্ৰৰে পেট আৰু ভৰিত আঘাত অভিজিতক।বৰ্তমান GNRCত চিকিৎসাধীন অভিজিৎ শইকীয়া।Related Posts:ব’হাগৰ বতৰত দুঃখবৰ! বিহু গাই ওভতাৰ পথতে মৃত্যুক…দুই কণমানি কন্যাক নৃশংসভাৱে হত্যা! পাষাণ মাতৃক…মিৰ্জাপুৰত ট্ৰাক আৰু বাহনৰ মাজত ভয়ংকৰ সংঘৰ্ষ;…নতুন জীৱনৰ আৰম্ভণিতেই নামি আহিল চৰম বিভীষিকা;…আন এগৰাকী স্বামীহন্তা নাৰী! ১ লাখ টকাৰ ছুপাৰী দি…শোকাতুৰ যাত্ৰা; শান্তি আলোচনাৰ পূৰ্বে 'মৃত শিশু’ৰ…দোচা খাই আহমেদাবাদত দুই শিশুৰ কৰুণ মৃত্যু;…তামিলনাডু নিৰ্বাচনৰ আটাইতকৈ চহকী প্ৰাৰ্থী AIADMKৰ…মণিপুৰত ৰকেট সদৃশ বোমাৰ আক্ৰমণত দুই শিশুৰ কৰুণ…থাৰ পাৰ্ক কৰিবলৈ গৈ আইতাকক খুন্দা নাতিৰ! উত্তৰ…