অসমীয়া মহানগৰীৰ দিছপুৰত চাঞ্চল্যকৰ ঘটনা, নিশা শুই থকা অৱস্থাত আক্ৰমণ অভিযন্তা পুত্ৰক February 2, 2023 NEWS DESK গুৱাহাটী মহানগৰীৰ দিছপুৰত চাঞ্চল্যকৰ ঘটনা৷নিশা শুই থকা অৱস্থাত আক্ৰমণ এগৰাকী অভিযন্তা পুত্ৰক৷আক্ৰমণৰ বলি হোৱা যুবকজন অভিজিৎ শইকীয়া বুলি জানিব পৰা গৈছে।চোকা অস্ত্ৰৰে পেট আৰু ভৰিত আঘাত অভিজিতক।বৰ্তমান GNRCত চিকিৎসাধীন অভিজিৎ শইকীয়া।Related storiesদিল্লীৰ প্ৰতিবাদক লৈ এইবাৰ চৰকাৰক চৰম সকীয়নি সোণম ৱাংচুকৰ; বান্ধি দিলে ৪৮ ঘণ্টাৰ সময় October 10, 2026আদৰণীয় প্ৰধানমন্ত্ৰী আম্বানী জী... মুকেশ আম্বানীক ইলন মাস্কৰ তীব্ৰ কটাক্ষ; ভাৰতত ষ্টাৰলিংকৰ অনুমোদনক লৈ সৃষ্টি নতুন বিতৰ্কৰ October 10, 2026বিজেপিলৈ ৰিলায়েন্সৰ অনুদানৰ বাতৰি সামাজিক মাধ্যমত শ্বেয়াৰ ইলন মাস্কৰ; আম্বানীৰ বিৰুদ্ধে তীব্ৰতৰ আক্ৰমণ October 10, 2026ভ্ৰাম্যমাণৰ পাঁচটা দশকৰ গৌৰৱোজ্জ্বল যাত্ৰাত যতি পৰাৰ আশংকা! কহিনুৰ থিয়েটাৰ বন্ধ হোৱাৰ ইংগিত তপন লহকৰৰ October 10, 2026শাৰীৰিক নিৰ্যাতনৰ কোনো প্ৰমাণ নাই হিমাশ্ৰী বড়োৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত; অন্ধ্ৰপ্ৰদেশত গঠন বিশেষ তদন্তকাৰী দল October 10, 2026আন্তঃৰাষ্ট্ৰীয় ন্যায় আৰু শান্তি প্ৰসাৰৰ স্বীকৃতি; ভাৰতীয় মূলৰ নৱনেথম নাভি পিল্লাইলৈ ২০২৬ বৰ্ষৰ শান্তিৰ নোবেল বঁটা October 9, 2026