শোকাবহ! নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ পৰা ১০০ ফুট তলৰ নদীত পৰিল বাইক, ২ আৰোহীৰ মৃত্যু

নিউজ ডেস্কঃ শোণিতপুৰৰ ভালুকপুঙত ভয়ংকৰ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই নদীত পৰিল বাইকসহ আৰোহী।

দুৰ্ঘটনাত নিহত দুয়োজন আৰোহী।

নিহত দুজনক ফাৰদাং ৱাৰী আৰু জৰংস্ব স্বৰ্গীয়াৰী বুলি চিনাক্ত।

তীব্ৰবেগৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ।

ঘনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে মৃতদেহ দুটা।