নিশা মহানগৰীৰ হাতীগাঁৱৰ ৰাজপথত দপদপাই জ্বলিল চাৰিচকীয়া বাহন।
দুৰ্ঘটনাগ্ৰস্ত বাহন ক্ৰেনেৰে নিয়াৰ সময়তে জ্বলিল বাহনখন।
ক্ৰেনৰ চালকৰ ভুলৰ বাবেই ভস্মীভূত হয় বাহনখন।
বাহনখন জ্বলাৰ পাছতে ঘটনাস্থলীৰ পৰা পলায়ন ক্ৰেনৰ চালকৰ।
বাহনখন ভস্মীভূত হোৱাৰ পাছতে ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতি।
গণেশগুৰিৰ পৰা হাতীগাঁও অভিমুখী আছিল দুৰ্ঘটনাপতিত বাহনখন।









