ডি ৱাই চন্দ্ৰচূড় হ’ব দেশৰ ৫০সংখ্যক মুখ্য ন্যায়াধীশ, ৯ নৱেম্বৰত গ্ৰহণ কৰিব কাৰ্যভাৰ…

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ নিযুক্তি।

ডি ৱাই চন্দ্ৰচূড় হ’ব দেশৰ ৫০সংখ্যক মুখ্য ন্যায়াধীশ।

image 138
ডি ৱাই চন্দ্ৰচূড় হ'ব দেশৰ ৫০সংখ্যক মুখ্য ন্যায়াধীশ, ৯ নৱেম্বৰত গ্ৰহণ কৰিব কাৰ্যভাৰ... 2

ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে নিযুক্তি দিলে ডি ৱাই চন্দ্ৰচূড়ক।

৯ নৱেম্বৰৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰিব ন্যায়াধীশ চন্দ্ৰচূড়ে।

কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে টুইটাৰযোগে এই কথা সদৰী কৰিছে।