ৰাজ্যৰ নিবনুৱা সকলৰ বাবে এক ডাঙৰ খবৰ।
কাইলৈ ঘোষণা হ’ব বহু প্ৰত্যাশিত ২৬ হাজাৰ চাকৰিৰ চতুৰ্থ বৰ্গৰ ফলাফল।
সোমবাৰে টুইটাৰযোগে এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
I am happy to inform that "Assam State Level Recruitment Commission for Class- IV posts" is announcing its result for the written test on 18th October 2022. I hope this transparent process, will provide the youth of Assam an opportunity to serve the state
— Himanta Biswa Sarma (@himantabiswa) October 17, 2022
উল্লেখ্য যে, ৰাজ্যত পৃথকে পৃথকে অনুষ্ঠিত হৈছিল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা।
এই পৰীক্ষাত ৰাজ্যৰ প্ৰায় ১৪ লাখ নিবনুৱাই অৱতীৰ্ণ হৈছিল।









