হস্ত-তাঁত বস্ত্ৰ শিল্পৰ উপ-সঞ্চালক বিপুল কলিতাৰ চৰম সিদ্ধান্ত, ছুইচাইড নোটত উদ্ধাৰ…

ভেটাপাৰাৰ প্ৰাগজ্যোতিষ হাউছিঙৰ বাসগৃহত অঘটন।

হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ উপ-সঞ্চালকৰ চৰম সিদ্ধান্ত।

জীৱনৰ চৰম সিদ্ধান্ত বাছি ল’লে উপ-সঞ্চালক বিপুল কলিতাই।

আৰ্টফেডৰ সচিবৰ দায়িত্বতো আছে বিপুল কলিতা।

মৃত্যুৰ পূৰ্বে লিখি থৈ গৈছিল ছুইচাইড নোট।

চৰম সিদ্ধান্তৰ পূৰ্বে বিস্ফোৰক ছুইচাইড নোট বিষয়াগৰাকীৰ।

ছুইচাইড নোটত উল্লেখ দুগৰাকী বিশেষ ব্যক্তিৰ নাম।

ব্যক্তি দুগৰাকীৰ বাবে চৰম সিদ্ধান্ত লোৱাৰ কথা ছুইচাইড নোটত।

দুয়োগৰাকী ব্যক্তিয়ে চৰম বিশ্বাসঘাতকতা কৰাৰ কথাও উল্লেখ ছুইচাইড নোটত।