আন্তঃৰাষ্ট্ৰীয়অসমীয়া

ঘােষণা কৰা হ’ল ২੦২২ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা…

নিউজ ডেস্ক। চলিত বছৰৰ পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা প্ৰাপকৰ নাম ঘােষণা।

পদাৰ্থ বিজ্ঞানী এলাইন এস্পেক্ট (ফ্ৰান্স), জন ক্লজাৰ (আমেৰিকা) আৰু এণ্টন জেইলিংগাৰ (অষ্ট্ৰীয়া) লৈ পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা প্ৰদান।

G7

পদাৰ্থ বিজ্ঞানত গৱেষণাৰ জৰিয়তে আগবঢ়ােৱা অৱদানৰ বাবে তেওঁলােকলৈ এই বঁটা প্ৰদানৰ ঘােষণা কৰা হৈছে।

image 34

‘দ্য ৰয়েল ছুইডিছ একাডেমি অব্ চায়েন্সেজ’ৰ তৰফৰ পৰা এই বঁটাপ্ৰাপকৰ নাম ঘােষণা কৰা হয়।

লগতে উল্লেখ কৰা হৈছে যে ”আবদ্ধ ফটন সন্দৰ্ভত গৱেষণা, বেল অসমতাৰ উলংঘনৰ সূত্ৰ প্ৰতিষ্ঠা আৰু কােৱান্টম তথ্য বিজ্ঞানক আগুৱাই নিয়াৰ বাবে এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে।”