দৰং জিলাত পুনৰ আৰক্ষী বিষয়াক নিলম্বন, ধূলা থানাৰ আৰক্ষী বিষয়া নিতাই চন্দ ৰয়ক নিলম্বন…

দৰং জিলাত পুনৰ আৰক্ষী বিষয়াক নিলম্বন কৰা হৈছে।

ধূলা থানাৰ আৰক্ষী বিষয়া নিতাই চন্দ ৰয়ক নিলম্বন কৰা হৈছে।

অনুশাসন ভংগৰ অভিযোগত ধূলা থানাৰ আৰক্ষী বিষয়া নিতাই চন্দ ৰয়ক নিলম্বন কৰা হৈছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ধূলা থানাৰ আৰক্ষী বিষয়াক নিলম্বন কৰা হৈছিল।