অঘটন! গুৱাহাটী অভিমুখী বিমানত অসমৰ এজন যাত্ৰীৰ মৃত্যু…

বিমানৰ ভিতৰতে এজন লোকৰ মৃত্যু।

চেন্নাইৰ পৰা গুৱাহাটী অভিমুখী বিমানত ঘটিছে এই ঘটনা।

মৃত লোকজন বঙাইগাঁৱৰ হাইদৰ হুছেইন বুলি জানিব পৰা গৈছে।

695
অঘটন! গুৱাহাটী অভিমুখী বিমানত অসমৰ এজন যাত্ৰীৰ মৃত্যু... 5

জানিব পৰা মতে, দেওবাৰে সন্ধিয়া ৭.৩০ বজাত ৬০০৬ নম্বৰৰ ইণ্ডিগ’ বিমানেৰে চেন্নাইৰ পৰা গুৱাহাটীলৈ আহিছিল হাইদৰ আলী (৬৯) নামৰ লোকজন।

চেন্নাইত হৃদৰোগৰ চিকিৎসা কৰি উভতি অহা যাত্ৰীজন বিমানৰ ভিতৰতে অচেতন হৈ পৰে।

বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰাৰ পাছতে ইণ্ডিগ’ কর্তৃপক্ষই যাত্ৰীজনক বিমানবন্দৰৰ চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰাত লোকজনৰ মৃত্যু হোৱাৰ আশংকা কৰে।

G4 2
অঘটন! গুৱাহাটী অভিমুখী বিমানত অসমৰ এজন যাত্ৰীৰ মৃত্যু... 6

ইয়াৰ পাছত কৰ্তৃপক্ষই ততাতৈয়াকৈ এপল’ হাস্পতালৰ এম্বুলেঞ্চেৰে যাত্ৰীজনক আজাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ আনে।

চিকিৎসকে যাত্ৰীগৰাকীক পৰীক্ষা কৰাত পালছ, এছ অ’ পি, ৰক্তচাপ আদি একো নোপোৱাত অন্য চিকিৎসালয়লৈ ৰেফাৰ কৰে।

তাৰ পিছতে অন্য চিকিৎসালয়লৈ লোকজনক লৈ যোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

লগতে চাওকঃ

চিকিৎসকে এপইণ্টমেন্ট ল’বলৈ কােৱাৰ বাবে ধৈৰ্য্যচ্যুতি ঘটিল এগৰাকী মুখ্যমন্ত্ৰীৰ জীয়ৰীৰ, ইয়াৰ পিছতে সংঘটিত কৰা এই কাণ্ড বন্দী হ’ল CCTV কেমেৰাত…

photo1661091148
অঘটন! গুৱাহাটী অভিমুখী বিমানত অসমৰ এজন যাত্ৰীৰ মৃত্যু... 7

চাওক আপােনাৰ সাপ্তাহিক ৰাশিফল

সাপ্তাহিক ৰাশিফল
অঘটন! গুৱাহাটী অভিমুখী বিমানত অসমৰ এজন যাত্ৰীৰ মৃত্যু... 8