বাৰ্মিংহামত দুৰ্দান্ত প্ৰদৰ্শন হিমা দাসৰ, ২੦੦ মিটাৰত সাফল্যৰে ছেমিফাইনেলত প্ৰৱেশ

নিউজ ডেস্ক। ধিং এক্সপ্ৰেছ হিমা দাসৰ বাৰ্মিংহামত দুৰ্দান্ত প্ৰদৰ্শন।

কমনৱেলথ গেমছৰ মহিলাৰ ২੦੦ মিটাৰৰ দৌৰ ২৩.৪২ ছেকেণ্ডত সম্পূৰ্ণ কৰিলে হিমা দাসে।

G3
বাৰ্মিংহামত দুৰ্দান্ত প্ৰদৰ্শন হিমা দাসৰ, ২੦੦ মিটাৰত সাফল্যৰে ছেমিফাইনেলত প্ৰৱেশ 2

ইয়াৰ লগে লগে ছেমিফাইনেলত হিমাই নিজৰ স্থান নিশ্চিত কৰে হিমাই।

উল্লেখ্য যে নামিবিয়াৰ ক্ৰিষ্টিন এম বমাই ২৩.২੦ ছেকেণ্ডত এই দৌৰ সম্পূৰ্ণ কৰি প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয়।