ৰাজ্যত জাপানীত এনকেফেলাইটিছৰ আতংক! অৱসৰপ্ৰাপ্ত শিক্ষক নাৰায়ণ প্ৰসাদ ৰাভাৰ বিয়োগ…

ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ কালৰূপ।

জাপানীত এনকেফেলাইটিছত আক্ৰান্ত হৈ অৱসৰপ্ৰাপ্ত শিক্ষক নাৰায়ণ প্ৰসাদ ৰাভাৰ বিয়োগ।

পলাশবাৰী থানাৰ অন্তৰ্গত আমৰাংগা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী বিষয় শিক্ষক নাৰায়ণ প্ৰসাদ ৰাভা (৬৩)ৰ মৃত্যু।

image 223
ৰাজ্যত জাপানীত এনকেফেলাইটিছৰ আতংক! অৱসৰপ্ৰাপ্ত শিক্ষক নাৰায়ণ প্ৰসাদ ৰাভাৰ বিয়োগ... 2

অমায়িক স্বভাৱৰ নাৰায়ণ ৰাভাই শিক্ষকতাৰ উপৰি দক্ষিণ কামৰূপ জিলা ট্রাইবেল সংঘৰ উপদেষ্টা, সংহত জনজাতীয় উন্নয়ন প্রকল্প, গুৱাহাটীৰ সদস্য, বাছুৰ প্ৰতিষ্ঠাপক সভাপতি আছিল।

আমৰাংগা বৰিহাট উচ্চ মাধ্যমিক বিদ্যালয়লৈ তেওঁৰ নশ্বৰ দেহ আনি শেষ শ্রদ্ধা জনোৱা হয়।

তেওঁ মৃত্যুৰ সময়ত পত্নী, পুত্র, বোৱাৰী, নাতিনীসহ ইষ্ট কুটুম্বক এৰি যায়।